Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Worldwaterday
Chaitranavratri
Railsafety
Bipinrawat
Cds
Smartrailyatri
Indianrailway
No video available

মাহমৰা: বিজেপিৰ জিলা সা: সম্পাদকৰ নেতৃত্বত মাহমৰাৰ সৰ্বোদয় পঞ্চায়তত বিজেপি প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত ঘৰে ঘৰে প্ৰচাৰ মিত্ৰজোঁটৰ

Mahmora, Charaideo | Mar 30, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ সৰ্বোদয় পঞ্চায়তত আজি বিয়লি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত প্ৰচাৰ চলাই অগপ-বিজেপি মিত্ৰজোঁটৰ জিলা পৰ্যায়ৰ নেতৃত্বই ৷ এই প্ৰচাৰ অভিযানত চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱা, অগপৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণানন্দ চুতীয়া, সৰ্বোদয় পঞ্চায়তৰ প্ৰাক্তন সভাপতি চন্দ্ৰ চুতীয়াকে ধৰি মিত্ৰজোঁটৰ বহুকেইগৰাকী নেতাই অংশগ্ৰহন কৰে ৷

MORE NEWS