নলবাৰী জিলা পৰিষদৰ কাৰ্যালয়ত ১৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ চলি থকা অৱস্থান ধৰ্মঘটৰ আজি চতুৰ্থ দিন । চাৰিদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন দাবীত সাব্যস্ত কৰে শান্তিপূৰ্ণ প্ৰতিবাদৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী৷