Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

ওদালগুৰি: মাজবাটত পথ দুৰ্ঘটনাত ওৰাঙৰ শইকীয়া চুবুৰী গাওঁৰ অজয় বসুমতাৰীৰ নামৰ এজন যুৱকৰ ঠিতাতে মৃত্যু

Udalguri, Udalguri | Nov 22, 2025
ওদালগুৰি জিলাৰ মাজবাট থানা এলেকাৰ ওৰাং - মাজবাট ৰূপা পথৰ মহলিয়াপাৰা তেল ডিপুৰ সমীপত আজি সন্ধিয়া এটা পথ দূৰ্ঘটনাত এজন যুৱকৰ ঠিতাতে মৃত্যু হয়। জানিব পৰামতে আজি সন্ধিয়া মহলিয়াপাৰা তেল ডিপুৰ সমীপত থকা ডে'জ ফুডচ নামৰ বিচকুট বেকাৰিৰ সন্মুখত পথৰ ওপৰত ৰখাই এখন ট্ৰাকৰ পৰা বেকাৰিৰ বাবে অনা মৈদা নমাই থকা অৱস্থাত মাজবাট দিশৰ পৰা যোৱা এজন বাইক আৰোহীয়ে BR-29-GB-9036 নম্বৰৰ টেলাৰ ট্ৰাকখনত তীব্ৰ বেগেৰে খুন্দা মাৰে। ফলত বাইকখন চুৰ্ণবিচুৰ্ণ হয়।

MORE NEWS

ওদালগুৰিত মেলেৰিয়া প্ৰতিৰোধৰ বাবে DyCEM ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা।

Rihon Daimari

ওদালগুৰিত মেলেৰিয়া প্ৰতিৰোধৰ বাবে DyCEM ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। Rihon Daimari

Udalguri, Udalguri | Jun 22, 2026

ওদালগুৰি জিলাৰ চিকাৰিডাঙাৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰ*মণত ৮ বছৰীয়া ৰজিতা হাছদাৰ মৃ*ত্যু। একেটা পৰিয়ালৰে পিতৃ-মাতৃসহ  ৩ জন লোক গুৰুতৰভাৱে আহ*ত। ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ।

ওদালগুৰি জিলাৰ চিকাৰিডাঙাৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰ*মণত ৮ বছৰীয়া ৰজিতা হাছদাৰ মৃ*ত্যু। একেটা পৰিয়ালৰে পিতৃ-মাতৃসহ ৩ জন লোক গুৰুতৰভাৱে আহ*ত। ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ।

Udalguri, Udalguri | Jun 22, 2026

মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। ওদালগুৰিৰ মেলেৰিয়া অধ্যুষিত অঞ্চল সমূহত বিতৰণ কৰা হ'ব এই আঠুৱা সমূহ। আজি মাজৰগাঁও প্ৰাথমিক বিদ্যালয়ত আঠুৱা বিতৰভ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে।  

Rihon Daimari

মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। ওদালগুৰিৰ মেলেৰিয়া অধ্যুষিত অঞ্চল সমূহত বিতৰণ কৰা হ'ব এই আঠুৱা সমূহ। আজি মাজৰগাঁও প্ৰাথমিক বিদ্যালয়ত আঠুৱা বিতৰভ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে। Rihon Daimari

Udalguri, Udalguri | Jun 22, 2026