হিন্দু হৈও স্বামীৰ বন্ধুক ঘৰতে নিষিদ্ধ মাংস ৰান্ধি খোৱালে চলনময়ী ৰীমা দাসে! ৰঙিয়াত অঞ্চলজুৰি বিয়পিছে ৰীমা দাসৰ কু-কীৰ্তি। বিভিন্ন প্ৰলোভন, প্ৰৱঞ্চনাৰে গাঁৱৰ যুৱতীক গুৱাহাটীৰ পাৰ্লাৰত চাকৰি দিয়াৰ নামত ঠগন দিয়াৰ অভিযোগ। চাঞ্চল্যকৰ ফোন ৰেকৰ্ডিং শুনিলেই গম পাব কিমান চলনাময়ী ৰীমা দাস।
#News #Guwahatitimes
Assam, India | Sep 5, 2026