সোণাৰি: মাইবেলা কৌপাটি গাঁও, নেপালী বস্তি, খনা অঞ্চলত জিলা আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান, ২৩০ লিটাৰ চুলাই পাছ নষ্ট
চৰাইদেউ জিলাৰ মাইবেলা কৌপাটি গাওঁ, নেপালী বস্তি, খনা আদি অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু সোণাৰি আৰক্ষীৰ। অভিযান কালত চুলাই মদৰ পাছ ২৩০ লিটাৰ নষ্ট কৰাৰ লগতে অবৈধ সুৰা প্ৰস্তুতকাৰী সকলৰ বিৰুদ্ধে ৫ টাকৈ গোচৰ ৰুজো