Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Chaitranavratri
Railsafety
���ंतर्राष्ट्रीय_वन_दिवस
No video available

সোণাৰি: উদয়পুৰত সংঘটিত হৈছে এক লোমহর্ষক হত্যাকাণ্ড, পত্নীয়ে চোকা অস্ত্ৰৰে নিজ স্বামীক হত্যা কৰি পৰৱৰ্তী সময়ত আত্মহত্যা কৰে

Sonari, Charaideo | Jun 11, 2024
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ এলেকাৰ নিমনাগড় উদয়পুৰত নিজ পত্নীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিলে নিজ স্বামীক উপায়ন্তৰ হৈ পত্নী দুগেশ্বৰী ঘটোৱাৰে আত্মহননৰ পথ বাছি লয় ৷ উদয়পুৰত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা উদয়পুৰৰ জৰিয়া সিং ঘাটোৱাৰ নামৰ ব্যক্তি জনক নিজ পত্নীয়ে চোকা অস্ত্ৰৰে হত্যা কৰি পত্নী দুগেশ্বৰী ঘাটোৱাৰে ঘৰৰ কাষত লিছু গছত আত্মহননৰ পথ বাছি লয় ৷ঘটনাস্থিলত মথুৰাপুৰ আৰক্ষীৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ মৰনোত্তৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

MORE NEWS