ধিঙৰ ডুমডুমীয়াত সমাজকল্যান বিভাগৰ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম
জুৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত পুঠিমাৰীৰ ২৫৮ নং প্ৰথম খণ্ডত নৱ নিৰ্মিত অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণত চলিছে ঠিকাদাৰৰ লুণ্ঠনৰাজ ।
অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ঠিকাদাৰ ছাদিক ইছলাম ওৰফে ছাদিক মুঞ্চীয়ে চলাইছে লুন্ঠন ।
#Viralreels #reelsviralシ #Assam #Assam
Nagaon, Nagaon | Jul 14, 2026