Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

নলবাৰী: সন্ধাৰ সন্ধা শ্ৰীমন্ত শংকৰদেৱ নামঘৰত চুৰি কাৰ্য

Nalbari, Nalbari | Nov 25, 2025
পূৱ নলবাৰীৰ বৃহত্তৰ সন্ধা গাওঁস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰত চুৰি কাৰ্য সংঘটিত হোৱাৰ লগতে দুৰ্বিত্তই মুল গুৰু আসনৰ ক্ষতি সাধন, কৰেঐতিহাসিক সন্ধা গাৱৰ আস্থা আৰু বিশ্বাসৰ উপাসনাস্থলী শ্ৰীমন্ত শংকৰদেৱ নামঘৰত কোনো দুৰ্বিত্তই নামঘৰৰ প্ৰণামীৰ টকা চুৰি কৰাৰ লগতে মুল গুৰু আসনৰ ক্ষতি সাধন কৰা আৰু বয়-বস্তুবোৰ লণ্ড-ভণ্ড কৰা পৰিলক্ষিত হয়।।পুৱা নামঘৰ পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলে আহি চুৰি তথা নামঘৰৰ বয়-বস্তু লণ্ড-ভণ্ড কৰা প্ৰত্যক্ষ কৰে।

MORE NEWS

⭕নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় ৩.০ ৰ ৱাৰ্ড পৰ্য্যায়ৰ  অনুষ্ঠান*  *অৰুনোদয় ৩.০ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ ভাৰ্চুৱেল পোনপটীয়া সম্প্ৰচাৰ*
#arunodai 
#nalbari
#districtlibrary
#axombroadcast24

⭕নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় ৩.০ ৰ ৱাৰ্ড পৰ্য্যায়ৰ অনুষ্ঠান* *অৰুনোদয় ৩.০ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ ভাৰ্চুৱেল পোনপটীয়া সম্প্ৰচাৰ* #arunodai #nalbari #districtlibrary #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕"কোনেও একো দিয়া নাই আমাক "
⭕"ৰাতি আমি গছৰ তলতে থাকিবলগীয়া হৈছে"
⭕"কোনেও খবৰ লোৱা নাই আমাৰ"
⭕"সাহায্য দিবলৈ অহা গাড়ীয়ে পানীৰ বটল দলিয়াইহে দি যায় 
⭕"পানীৰ বটল খোল খাই পৰি যায় আমি ল'ব নোৱাৰোঁ"
⭕নাজিৰাৰ চেলেংপথাৰত বন্যাৰ্তই প্ৰকাশ কৰিলে মনৰ ক্ষোভ।
#AssamFloods 
#NaazirRa 
#sivasagar 
#axombroadcast24

⭕"কোনেও একো দিয়া নাই আমাক " ⭕"ৰাতি আমি গছৰ তলতে থাকিবলগীয়া হৈছে" ⭕"কোনেও খবৰ লোৱা নাই আমাৰ" ⭕"সাহায্য দিবলৈ অহা গাড়ীয়ে পানীৰ বটল দলিয়াইহে দি যায় ⭕"পানীৰ বটল খোল খাই পৰি যায় আমি ল'ব নোৱাৰোঁ" ⭕নাজিৰাৰ চেলেংপথাৰত বন্যাৰ্তই প্ৰকাশ কৰিলে মনৰ ক্ষোভ। #AssamFloods #NaazirRa #sivasagar #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕নলবাৰীৰ মাধাপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী চামচুল আলীয়ে নাজিৰাৰ বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ালে সহায়ৰ হাত 
⭕খাদ্য সামগ্ৰী,পশু খাদ্য,মহিলাৰ চেনিটাৰী পেড,শিশু খাদ্যৰ লগতে কেইবাটাও পৰিয়ালক চামচুলে প্ৰদান কৰিলে আৰ্থিক সাহায্য 
⭕চামচুল আলীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা নাজিৰাৰ বানাক্ৰান্ত লোকৰ
#nazira 
#flood 
#relief 
#businessman 
#nalbari 
#axombroadcast24

⭕নলবাৰীৰ মাধাপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী চামচুল আলীয়ে নাজিৰাৰ বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ালে সহায়ৰ হাত ⭕খাদ্য সামগ্ৰী,পশু খাদ্য,মহিলাৰ চেনিটাৰী পেড,শিশু খাদ্যৰ লগতে কেইবাটাও পৰিয়ালক চামচুলে প্ৰদান কৰিলে আৰ্থিক সাহায্য ⭕চামচুল আলীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা নাজিৰাৰ বানাক্ৰান্ত লোকৰ #nazira #flood #relief #businessman #nalbari #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

নলবাৰী: সন্ধাৰ সন্ধা শ্ৰীমন্ত শংকৰদেৱ নামঘৰত চুৰি কাৰ্য - Nalbari News