Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
बिहार
कांग्रेस
मौत
बीजेपी
विधायक
Congress
Modi
Delhi
Viral
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Uttarpradesh
Cricket
शादी

ধুবুৰী ভাগ: দুৰাহাটীত ৰাইজৰ সৈতে মত বিনিময় যুৱ নেতা তথা কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী কাজী মাহমাদুল হাছানৰ

Dhubri Part, Dhubri | Nov 27, 2025
সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ প্ৰতিগৰাকী আশাবাদী প্ৰাৰ্থীৰ লগতে ধুবুৰী সমষ্টিৰ বিভিন্ন অঞ্চলত নিজৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে কংগ্ৰেছৰ যুৱ নেতা কাজী মাহমাদুল হাছানে। ধুবুৰী সমষ্টিৰ প্ৰতিটো অঞ্চলৰ লগতে ধুবুৰী সমষ্টিৰ দুৰাহাটী অঞ্চলত সমাগত ২০২৬’ৰ নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰে ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজী মাহমাদুল হাছানে ।