Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

নলবাৰী: বিজেপি চহৰস্থিত নলবাৰী জিলা কাৰ্য্যালয় সভাগৃহত ভাৰতীয় জনতা পাৰ্টি, নলবাৰী টাউন মণ্ডলৰ এখনি "বিশেষ সাংগঠনিক সভা"

Nalbari, Nalbari | Nov 25, 2025
বিজেপি নলবাৰী জিলা কাৰ্য্যালয় সভাগৃহত ভাৰতীয় জনতা পাৰ্টি, নলবাৰী টাউন মণ্ডলৰ এখনি "বিশেষ সাংগঠনিক সভা" অনুষ্ঠিত হয়। নলবাৰী টাউন মণ্ডলৰ সাধাৰণ সম্পাদক দেৱজিৎ গোস্বামী আঁত ধৰা আৰু নলবাৰী টাউন মণ্ডলৰ উপ-সভাপতি জোন কুমাৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত নলবাৰী জিলাৰ সহ-প্ৰভাৰী অনুপ কুমাৰ মেধি, নলবাৰী বিধানসভা সমষ্টিৰ নিৰ্বাচন প্ৰভাৰী নিতুল ডেকা , পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ উপস্থিত থাকে

MORE NEWS

⭕নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় ৩.০ ৰ ৱাৰ্ড পৰ্য্যায়ৰ  অনুষ্ঠান*  *অৰুনোদয় ৩.০ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ ভাৰ্চুৱেল পোনপটীয়া সম্প্ৰচাৰ*
#arunodai 
#nalbari
#districtlibrary
#axombroadcast24

⭕নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় ৩.০ ৰ ৱাৰ্ড পৰ্য্যায়ৰ অনুষ্ঠান* *অৰুনোদয় ৩.০ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ ভাৰ্চুৱেল পোনপটীয়া সম্প্ৰচাৰ* #arunodai #nalbari #districtlibrary #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕"কোনেও একো দিয়া নাই আমাক "
⭕"ৰাতি আমি গছৰ তলতে থাকিবলগীয়া হৈছে"
⭕"কোনেও খবৰ লোৱা নাই আমাৰ"
⭕"সাহায্য দিবলৈ অহা গাড়ীয়ে পানীৰ বটল দলিয়াইহে দি যায় 
⭕"পানীৰ বটল খোল খাই পৰি যায় আমি ল'ব নোৱাৰোঁ"
⭕নাজিৰাৰ চেলেংপথাৰত বন্যাৰ্তই প্ৰকাশ কৰিলে মনৰ ক্ষোভ।
#AssamFloods 
#NaazirRa 
#sivasagar 
#axombroadcast24

⭕"কোনেও একো দিয়া নাই আমাক " ⭕"ৰাতি আমি গছৰ তলতে থাকিবলগীয়া হৈছে" ⭕"কোনেও খবৰ লোৱা নাই আমাৰ" ⭕"সাহায্য দিবলৈ অহা গাড়ীয়ে পানীৰ বটল দলিয়াইহে দি যায় ⭕"পানীৰ বটল খোল খাই পৰি যায় আমি ল'ব নোৱাৰোঁ" ⭕নাজিৰাৰ চেলেংপথাৰত বন্যাৰ্তই প্ৰকাশ কৰিলে মনৰ ক্ষোভ। #AssamFloods #NaazirRa #sivasagar #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕নলবাৰীৰ মাধাপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী চামচুল আলীয়ে নাজিৰাৰ বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ালে সহায়ৰ হাত 
⭕খাদ্য সামগ্ৰী,পশু খাদ্য,মহিলাৰ চেনিটাৰী পেড,শিশু খাদ্যৰ লগতে কেইবাটাও পৰিয়ালক চামচুলে প্ৰদান কৰিলে আৰ্থিক সাহায্য 
⭕চামচুল আলীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা নাজিৰাৰ বানাক্ৰান্ত লোকৰ
#nazira 
#flood 
#relief 
#businessman 
#nalbari 
#axombroadcast24

⭕নলবাৰীৰ মাধাপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী চামচুল আলীয়ে নাজিৰাৰ বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ালে সহায়ৰ হাত ⭕খাদ্য সামগ্ৰী,পশু খাদ্য,মহিলাৰ চেনিটাৰী পেড,শিশু খাদ্যৰ লগতে কেইবাটাও পৰিয়ালক চামচুলে প্ৰদান কৰিলে আৰ্থিক সাহায্য ⭕চামচুল আলীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা নাজিৰাৰ বানাক্ৰান্ত লোকৰ #nazira #flood #relief #businessman #nalbari #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026