Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Ahmedabad
Rahulgandhi
यूपी

হেলেম: গহপুৰত সংঘটিত কৰা ডকাইতি কাণ্ডৰ সৈতে জড়িত দুজনক নিশা গ্ৰেপ্তাৰ কৰি ন্যায়িক আদালতত প্ৰেৰণ

Helem, Biswanath | Nov 29, 2025

MORE NEWS

৩ লাখ টকা দাবী কৰি  গ্ৰেপ্তাৰ হল ৪ সংগঠনৰ নেতা.। গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ ৰন্টু দত্ত, টাই আহোম ছাত্ৰ সন্থাৰ কংকন ৰাজকোঁৱৰ, সোনোৱাল কছাৰী যুৱ মঞ্চৰ বিনোদ সোনোৱাল আৰু মানৱজ্যোতি গোঁহাই।

#public #friends #highlights #news #viral #reels #everyone #facebook

৩ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ হল ৪ সংগঠনৰ নেতা.। গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ ৰন্টু দত্ত, টাই আহোম ছাত্ৰ সন্থাৰ কংকন ৰাজকোঁৱৰ, সোনোৱাল কছাৰী যুৱ মঞ্চৰ বিনোদ সোনোৱাল আৰু মানৱজ্যোতি গোঁহাই। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Jun 14, 2026

হেলেমৰ বুৰৈঘাটত জঘন্য ঘটনা। প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱা মহিলাক বিলাসী গাড়ীত উঠাই উধাও দুৰ্বৃত্ত।

#public #friends #highlights #news #viral #reels #everyone #facebook #police

হেলেমৰ বুৰৈঘাটত জঘন্য ঘটনা। প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱা মহিলাক বিলাসী গাড়ীত উঠাই উধাও দুৰ্বৃত্ত। #public #friends #highlights #news #viral #reels #everyone #facebook #police

Helem, Biswanath | Jun 14, 2026

BIG BREAKING পুৱাই দেশ জোকাৰি যোৱা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। 

অৰুণাচলৰ চেপাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। 

থিতাতে নিহত লখিমপুৰৰ নাওবৈচাৰ চাৰিজন ব্যৱসায়ী, গুৰুতৰভাৱে আহত এজন।

পুৱতি নিশা লখিমপুৰৰ ভৰলুৱাৰ পৰা চেপা বজাৰ অভিমূখে যাত্ৰা কৰিছিল ব্যৱসায়ীৰ দলটোৱে। 

চেপা অভিমুখে গৈ থকা অৱস্থাত চেপা ভিউপ‌ইণ্টত দুৰ্ঘটনাত পতিত হয় ব্যৱসায়ীৰ বলেৰ' বাহনখন।

বৰ্ত্তমান লৈকে চিনাক্ত হোৱা নাই লোক কেইজন। 

#public #friends #highlights #news #viral #reels #everyone #facebook #Arunachal #itanagar

BIG BREAKING পুৱাই দেশ জোকাৰি যোৱা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। অৰুণাচলৰ চেপাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। থিতাতে নিহত লখিমপুৰৰ নাওবৈচাৰ চাৰিজন ব্যৱসায়ী, গুৰুতৰভাৱে আহত এজন। পুৱতি নিশা লখিমপুৰৰ ভৰলুৱাৰ পৰা চেপা বজাৰ অভিমূখে যাত্ৰা কৰিছিল ব্যৱসায়ীৰ দলটোৱে। চেপা অভিমুখে গৈ থকা অৱস্থাত চেপা ভিউপ‌ইণ্টত দুৰ্ঘটনাত পতিত হয় ব্যৱসায়ীৰ বলেৰ' বাহনখন। বৰ্ত্তমান লৈকে চিনাক্ত হোৱা নাই লোক কেইজন। #public #friends #highlights #news #viral #reels #everyone #facebook #Arunachal #itanagar

Helem, Biswanath | Jun 13, 2026