সোণাৰি: সাপেখাটিত দুৰ্ঘটনাত নিহত হোৱা লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈৰ স্মৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈৰ এক পথ দুৰ্ঘটনাত পতিত হৈ অঁকাল মৃত্যু হোৱাত শনিবাৰে সাপেখাটিত আঞ্চলিক ছাত্র সন্থাই আত্মাৰ সদগতি কামনা কৰাৰ লগতে শেষ শ্রদ্ধাঞ্জলিৰ জ্ঞাপন কৰে। লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে সাপেখাটি আঞ্চলিক ছাত্ৰ সন্থাই ৷