বাক্সা: তামুলপুৰত ইউপিপিএলৰ সাংগঠনিক সভা অনুষ্ঠিত হয়, উপস্থিত থাকে বিধায়ক জলেন দৈমাৰী
Baska, Baksa | Aug 19, 2025 আজি তামুলপুৰত ইউপিপিএলৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত দলৰ সাংগঠনিক দিশ সম্পৰ্কে পৰ্যালোচনা কৰা পৰিলক্ষিত হয়। লগতে আগন্তুক বিটিটি নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভতো আলোচনা কৰা হয়। আজিৰ সাংগঠনিক সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ লগতে কেবাগৰাকীও দলীয় নেতা কৰ্মীয়ে অংশগ্রহণ কৰে।