📌 আগৰতলা পৌৰ নিগমৰ ৩৩ নম্বৰ ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী তন্ময় ধৰৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ সভাপতি আশীষ কুমাৰ সাহা
📌 নাগৰিক সেৱাৰ শোচনীয় অৱস্থাৰ অভিযোগ উত্থাপন কৰি ৩৩ নম্বৰ ৱাৰ্ডত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত চিপিআইএম প্ৰাৰ্থী দেৱব্ৰত সাহা
📌 ৪৩ নং ৱাৰ্ডত ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰত বিজেপি প্ৰাৰ্থী মনিকা দাস দত্ত, জয়ৰ সন্দৰ্ভত ১০০ শতাংশ আশাবাদী!
📌 বিজেপি পৰাজিত হ’বলৈ গৈ আছে আৰু কংগ্ৰেছ বিজয়ী হ’বলৈ গৈ আছে! নিৰ্বাচনী প্ৰচাৰত ওলাই এই মন্তব্য কংগ্ৰেছ বিধায়ক গোপাল চন্দ্ৰ ৰায়ৰ!
📌 আগৰতলা পৌৰ নিগমৰ নিৰ্বাচন আৰু অধিকাৰ সুৰক্ষাৰ দাবীত আগৰতলা চহৰৰ ৰাজপথত প্ৰতিবাদী সমদলত অংশগ্ৰহণ ‘আমৰা বাঙালী’ দলৰ!
📌 ছট পূজা উপলক্ষে উৎসৱৰ আনন্দত মতলীয়া আগৰতলা! ৰাণীৰ পুখুৰীৰ পাৰত পূণ্যাৰ্থীসকলৰ সৈতে শুভেচ্ছা বিনিময় মুখ্য সচিব জে কে সিনহাৰ!
#nekhabar #tripura #bjp #cpim #cogress