বাক্সা জিলাৰ অঞ্চলীত আজি আঞ্চলী চৰকাৰী মজলীয়া বিদ্যালয়ত ২৫ লাখ টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা বিদ্যালয় গৃহ উদ্বোধন কৰে বিটিআৰৰ বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৱে ।পাৰিষদ মণ্টু বড়োৱে আজি বিদ্যালয় গৃহ উদ্বোধন কৰি আনন্দিত হয়। পাৰিষদ মণ্টু বড়োক আজি কেবাগৰাকীও দলীয় নেতা কৰ্মীয়ে সংগ দিয়া পৰিলক্ষিত হয়।