Public App Logo
Jansamasya
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
Shorts
���ामनवमी
Cuttack
���द
No video available

সোণাৰি: চৰাইদেউ চ্যুকাফা শ ধোৱা পুখুৰীত ধোদৰ আলিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু জনাৰ্দন দুৱৰী নামৰ যুৱক ৷

Sonari, Charaideo | Mar 10, 2024
চৰাইদেউ জিলাৰ চ্যুকাফা শ ধোৱা পুখুৰী ধোদৰ আলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ সোণাৰি পৰা চ্যুকাফা নিজ বাসগৃহলৈ যোৱ পথত পথৰ ওপৰত থকা এটা গৰুক খুন্দিয়াই মৃত্যু হয় যুৱক জনৰ ৷ যুৱক জনৰ নাম জনাৰ্দন দুৱৰী বুলি জানিব পৰা গৈছে ৷ঘটনা স্থলিত উপস্থিত টেঙাপুখুৰী আৰক্ষী ৷