Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
India
कांग्रेस
Gujarat
Accident
Congress
Modi
Delhi
Viral
मारपीट
Jharkhand
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Crimenews
No video available

দক্ষিণ শালমাৰা: ৯৯ শতাংশ মুছলমান লোকে বসবাস কৰা মেদৰটাৰীত বিজেপি দলৰ প্ৰাৰ্থী জয়লাভৰ পিছতেই হাজাৰ হাজাৰ ৰাইজৰ বিশাল ৰেলী

৯৯ শতাংশ মুছলমান লোকে বসবাস কৰা মেদৰটাৰীত বিজেপি দলৰ প্ৰাৰ্থী জয়লাভৰ পিছতেই হাজাৰ হাজাৰ ৰাইজৰ বিশাল ৰেলী পঞ্চায়ত নিৰ্বাচনত অতি ভিতৰুৱা অঞ্চলত অৱস্থিত মেদৰটাৰী গাঁও পঞ্চায়তত আঞ্চলিক সদস্য হিচাপে বিজেপি দলৰ পৰা জয়লাভ কৰে নাছিৰ উদ্দিন খানে। সংখ্যালঘূ অধ্যুষিত অঞ্চলৰ পৰা BJP দলৰ পৰা জয়লাভ কৰাত ৰাইজৰ মাজত উঠিছে আনন্দৰ জোৱাৰ। আনন্দত মতলীয়া হৈ আজি হাজাৰ হাজাৰ ৰাইজ বিশাল ৰেলী বাহিৰ কৰে।