সোণাৰি: মঙলবাৰে ভজো ৰেলৱে ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
মঙলবাৰে ভজো ৰেলৱে ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। ভাৰত বিকশিত যাত্ৰাৰ লগত সংগতি ৰাখি ভʼকেল ফৰ লোকেল কাৰ্যসূচীৰ অংশস্বৰূপে আজি দিনৰ ১০ বজাত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দহখনকৈ বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ শুভ উদ্বোধন কৰে । ভাৰ্চুৱেলী উদ্বোধন কৰা উক্ত অনুষ্ঠানত বিধায়কগৰাকীৰ উপৰিও জিলা বিজেপিৰ সভাপতিও উপস্থিত থাকে।