সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে সোণালীপুৰ ৰংধালী গাঁও,কলাকটা,গোহাই গাঁওত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ২৭০ লিটাৰ পাছ নষ্ট
চৰাইদেউ জিলাৰ সাপেখাটিত সোণালীপুৰ বনাঞ্চল, ৰাংধালী গাওঁ, কলাকতা গোঁহাই গাওঁত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চৰাইদেউ জিলা আবকাৰী বিভাগৰ ৷অভিযান কালত ২৭০ লিটাৰ চুলাইৰ পাছ বিক্ৰী বাবে ৰখা চুলাই মদ ১০ লিটাৰ নষ্ট কৰে ৷