ঘিলামৰা তিনিআলিত সোমবাৰে পুৱতি নিশা ভংয়কৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত জাহ যায় তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। পুৱতি নিশা সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত কেইবা লক্ষাধিক মূল্যৰ সা- সামগ্ৰী জাহ গৈছে বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।