Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

ওদালগুৰিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে চমূ কাৰ্য্যকালত ওদালগুৰিৰ সামাজিক সম্প্ৰীতি, শান্তি-শৃংখলা, জনসচেতনতা আৰু জনকল্যাণমূলক কাৰ্যসূচীত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে ওদালগুৰি আৰক্ষী থানাৰ OC মনোজ্জল গগৈক Udalguri LIVE ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। এজন কৰ্তব্যনিষ্ঠ আৰক্ষী বিষয়া হিচাপে গগৈয়ে কেৱল আইন-শৃংখলা ৰক্ষাৰ দায়িত্বই পালন কৰা নাই, বৰং জনসাধাৰণৰ সৈতে সু-সম্পৰ্ক স্থাপন, সমাজৰ বিভিন্ন সমস্যাৰ সমাধানত সক্ৰিয় সহযোগিতা আৰু সামাজিক সম্প্ৰীতি অটুট ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিষয়া গৰাকীৰ সৱল নেতৃত্ব, সততা, দায়িত্ববোধ আৰু মানৱীয় দৃষ্টিভংগীয়ে ওদালগুৰিবাসীৰ মনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। সমাজ আৰু জনসাধাৰণৰ স্বাৰ্থত আগবঢ়োৱা তেখেতৰ এই সেৱা সদায় স্মৰণীয় হৈ থাকিব। কালি ওদালগুৰি লাইভৰ নতুন কাৰ্য্যালয়ত বিষয়া গৰাকীক সম্বৰ্ধনা জনাই ওদালগুৰি লাইভৰ পৰিয়ালে।

Udalguri, Udalguri | Jun 15, 2026

MORE NEWS

ওদালগুৰিত মেলেৰিয়া প্ৰতিৰোধৰ বাবে DyCEM ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা।

Rihon Daimari

ওদালগুৰিত মেলেৰিয়া প্ৰতিৰোধৰ বাবে DyCEM ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। Rihon Daimari

Udalguri, Udalguri | Jun 22, 2026

ওদালগুৰি জিলাৰ চিকাৰিডাঙাৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰ*মণত ৮ বছৰীয়া ৰজিতা হাছদাৰ মৃ*ত্যু। একেটা পৰিয়ালৰে পিতৃ-মাতৃসহ  ৩ জন লোক গুৰুতৰভাৱে আহ*ত। ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ।

ওদালগুৰি জিলাৰ চিকাৰিডাঙাৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰ*মণত ৮ বছৰীয়া ৰজিতা হাছদাৰ মৃ*ত্যু। একেটা পৰিয়ালৰে পিতৃ-মাতৃসহ ৩ জন লোক গুৰুতৰভাৱে আহ*ত। ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ।

Udalguri, Udalguri | Jun 22, 2026

মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। ওদালগুৰিৰ মেলেৰিয়া অধ্যুষিত অঞ্চল সমূহত বিতৰণ কৰা হ'ব এই আঠুৱা সমূহ। আজি মাজৰগাঁও প্ৰাথমিক বিদ্যালয়ত আঠুৱা বিতৰভ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে।  

Rihon Daimari

মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। ওদালগুৰিৰ মেলেৰিয়া অধ্যুষিত অঞ্চল সমূহত বিতৰণ কৰা হ'ব এই আঠুৱা সমূহ। আজি মাজৰগাঁও প্ৰাথমিক বিদ্যালয়ত আঠুৱা বিতৰভ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে। Rihon Daimari

Udalguri, Udalguri | Jun 22, 2026