সোণাৰি: মৰাণত বিজেপি দলৰ নীতি আদর্শ প্রতি আকর্ষিত হৈ কণ্ঠশিল্পী ধীৰাজ কাশ্যপ আৰু কংগ্ৰেছ দলৰ সক্রিয় কর্মীয়ে বিজেপি দলত যোগদান ৷
চৰাইদেউ জিলাৰ মৰাণত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদর্শ প্রতি আকর্ষিত হৈ কণ্ঠশিল্পী ধীৰাজ কাশ্যপ আৰু কংগ্ৰেছ দলৰ সক্রিয় কর্মীয়ে আমাৰ উপস্থিতিত দলত যোগদান কৰে ৷উপস্থিত থাকে বিজেপি নেতা নৱ ফুকন ৷