পবিত্ৰ ৰাখীবন্ধনৰ প্ৰাকক্ষণত ৰাজ্যৰ বজাৰত এতিয়া ব্যাপক উছাহ। উৎসৱৰ এই বতৰত গ্ৰাহকৰ বাবে এক বিশেষ ৰাখী বন্ধন Special 'ডাবল ধামাকা' অফাৰ লৈ আহিছে ওদালগুৰিৰ 'ৱান ইণ্ডিয়া ফেশ্বন'-এ। ১২০০ টকাৰ বজাৰ কৰি, ১২০০ টকাৰ বজাৰ একেবাৰে বিনামূলীয়াকৈ লাভ কৰাৰ সুবৰ্ণ সুযোগ ।
Udalguri, Udalguri | Aug 24, 2026