Public App Logo
মুখ্যমন্ত্ৰীৰ পৰিয়ালে এলিফেণ্ট কৰিডৰত ডাঙৰ ৰিজৰ্ট খুলিলে! “মুখ্যমন্ত্ৰীৰ পৰিয়ালে এলিফেণ্ট কৰিডৰত যেনেকৈ ডাঙৰ ৰিজৰ্ট খুলিলে সেই কথাটোও পাহৰি যাব নালাগিব।” কাজিৰঙাৰ কৰিডৰত নিৰ্মাণ আৰু ভূমি অধিগ্ৰহণক লৈ চৰকাৰৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াই উত্থাপন কৰিলে গুৰুতৰ অভিযোগ। #NewzNow #Kaziranga #Allegations #AssamPolitics #ElephantCorridor - Assam News