Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

জামিয়া অসম দাৰুল হাদীছ জয় নগৰ মাদ্ৰাছাৰ বান সাহায্য শিৱসাগৰ জিলাত শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলত ৰাইজৰ মাজত বিতৰণ কৰে প্ৰায় ৫ লাখৰো অধিক টকাৰ সামগ্ৰী #everyonefollowers #highlightseveryone

Sibsagar, Sivasagar | Aug 2, 2026

MORE NEWS

Help Borokha bidikha and Satyajit Phukon family

Help Borokha bidikha and Satyajit Phukon family

Sibsagar, Sivasagar | Aug 2, 2026

শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চলৰ দুৰ্গম স্থানত গৈ বান সাহায্য বিতৰণ স্নিগ্ধা এন্টাৰপ্ৰাইজৰ

প্ৰায় পাঁচশৰো অধিক বানাক্ৰান্তৰ মাজত বিতৰণ কৰে নতুন নতুন কাপোৰ 

বিশেষকৈ মহিলাৰ চাদৰ মেখেলা, যোৰা- কাপোৰ, কণ কণ ল'ৰা ছোৱালীৰ কাপোৰ আদি প্ৰদান কৰে এই প্ৰতিষ্ঠানটোৱে 

নাজিৰা, লোণপুৰীয়া , চন্টক আদি বিভিন্ন স্থানত বিতৰণ কৰে এই সাহাৰ্য স্নিগ্ধা এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰ গৰাকীয়ে নিজেই স্থান সমূহ গৈ ।
#highlight #everyone #follower

শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চলৰ দুৰ্গম স্থানত গৈ বান সাহায্য বিতৰণ স্নিগ্ধা এন্টাৰপ্ৰাইজৰ প্ৰায় পাঁচশৰো অধিক বানাক্ৰান্তৰ মাজত বিতৰণ কৰে নতুন নতুন কাপোৰ বিশেষকৈ মহিলাৰ চাদৰ মেখেলা, যোৰা- কাপোৰ, কণ কণ ল'ৰা ছোৱালীৰ কাপোৰ আদি প্ৰদান কৰে এই প্ৰতিষ্ঠানটোৱে নাজিৰা, লোণপুৰীয়া , চন্টক আদি বিভিন্ন স্থানত বিতৰণ কৰে এই সাহাৰ্য স্নিগ্ধা এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰ গৰাকীয়ে নিজেই স্থান সমূহ গৈ । #highlight #everyone #follower

Sibsagar, Sivasagar | Aug 2, 2026

📌"অসম চৰকাৰে ইমান দেৰিকৈ সাহায্য দিবলৈ গৈছে হয় কিন্তু গুৱাহাটীখনত পোষ্টাৰ লগাই নিজৰহে প্ৰমোচন কৰিছে"
📌"আপোনালোকে যিমানবোৰ সাহায্য দিছে সকলোতে BJPৰ ষ্টিকাৰ"
📌"পোষ্টাৰ লগাওঁতে যিমান পইচা খৰছ হ'ল সেই পইচাৰে ২০ ঘৰমান মানুহক জীয়াই তুলিব পাৰিলেহেঁতেন"
📌"কেইদিনমান আগতে নিজেই নিয়ম উলিয়াইছিল যে চৰকাৰী দেৱাল আৰু খুঁটাত
পোষ্টাৰ লগালে জৰিমনা ভৰিব লাগিব"
📌"এতিয়া আপোনালোকে লগোৱা পোষ্টাৰৰ জৰিমনা কোনে ভৰিব"
📌পুনৰ চৰকাৰক উদ্দেশ্যি তীব্ৰ প্ৰশ্ন শিল্পী নিলোৎপল বৰাৰ

📌"অসম চৰকাৰে ইমান দেৰিকৈ সাহায্য দিবলৈ গৈছে হয় কিন্তু গুৱাহাটীখনত পোষ্টাৰ লগাই নিজৰহে প্ৰমোচন কৰিছে" 📌"আপোনালোকে যিমানবোৰ সাহায্য দিছে সকলোতে BJPৰ ষ্টিকাৰ" 📌"পোষ্টাৰ লগাওঁতে যিমান পইচা খৰছ হ'ল সেই পইচাৰে ২০ ঘৰমান মানুহক জীয়াই তুলিব পাৰিলেহেঁতেন" 📌"কেইদিনমান আগতে নিজেই নিয়ম উলিয়াইছিল যে চৰকাৰী দেৱাল আৰু খুঁটাত পোষ্টাৰ লগালে জৰিমনা ভৰিব লাগিব" 📌"এতিয়া আপোনালোকে লগোৱা পোষ্টাৰৰ জৰিমনা কোনে ভৰিব" 📌পুনৰ চৰকাৰক উদ্দেশ্যি তীব্ৰ প্ৰশ্ন শিল্পী নিলোৎপল বৰাৰ

Sibsagar, Sivasagar | Aug 1, 2026