BRICS Summit 2026ৰ দ্বিতীয় দিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য।
মোদীয়ে কয়, ভাৰতৰ অধ্যক্ষতাত Resilience, Innovation, Cooperation আৰু Sustainability—এই ৪টা স্তম্ভক কেন্দ্ৰ কৰি সকলো প্ৰচেষ্টা চলোৱা হৈছে।
তেওঁ লগতে কয়, সকলো সদস্য দেশৰ সহযোগিতা আৰু সমৰ্থনত এই উমৈহতীয়া দৃষ্টিভংগীক ‘win-win’ সহযোগিতালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে।
Assam, India | Sep 13, 2026