Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

ওদালগুৰি: ধনশ্ৰীঘাটৰ ২নং নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিধায়ক,এমচিএলএ,নব নিযুক্ত মন্ত্ৰী চৰণ বড়োক ৰাজহুৱা ভাবে সম্বৰ্ধনা

Udalguri, Udalguri | Nov 23, 2025
ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ অধীনস্থ ২নং নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সম্বৰ্দ্ধনা অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায় ৷ সভাত সভাপতিত্বত কৰে বিদ্যালয়খনৰ অবসৰপ্ৰাপ্ত শিক্ষক বিষ্ণু ঠাকুৰীয়াই। সভাৰ উদেশ্য ব্যাখ্যা কৰে ২নং নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীনেশ্বৰ বৰুৱাই।সভাত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা নতুনকৈ’ বিটিচিৰ ৰৌতা সমষ্টিৰ এমচিএলএ আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰাৰ বাবে সমষ্টিবাসী উৎফুল্লিত হৈ পৰিছে ৷

MORE NEWS

ওদালগুৰিত মেলেৰিয়া প্ৰতিৰোধৰ বাবে DyCEM ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা।

Rihon Daimari

ওদালগুৰিত মেলেৰিয়া প্ৰতিৰোধৰ বাবে DyCEM ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। Rihon Daimari

Udalguri, Udalguri | Jun 22, 2026

ওদালগুৰি জিলাৰ চিকাৰিডাঙাৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰ*মণত ৮ বছৰীয়া ৰজিতা হাছদাৰ মৃ*ত্যু। একেটা পৰিয়ালৰে পিতৃ-মাতৃসহ  ৩ জন লোক গুৰুতৰভাৱে আহ*ত। ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ।

ওদালগুৰি জিলাৰ চিকাৰিডাঙাৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰ*মণত ৮ বছৰীয়া ৰজিতা হাছদাৰ মৃ*ত্যু। একেটা পৰিয়ালৰে পিতৃ-মাতৃসহ ৩ জন লোক গুৰুতৰভাৱে আহ*ত। ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ।

Udalguri, Udalguri | Jun 22, 2026

মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। ওদালগুৰিৰ মেলেৰিয়া অধ্যুষিত অঞ্চল সমূহত বিতৰণ কৰা হ'ব এই আঠুৱা সমূহ। আজি মাজৰগাঁও প্ৰাথমিক বিদ্যালয়ত আঠুৱা বিতৰভ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে।  

Rihon Daimari

মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। ওদালগুৰিৰ মেলেৰিয়া অধ্যুষিত অঞ্চল সমূহত বিতৰণ কৰা হ'ব এই আঠুৱা সমূহ। আজি মাজৰগাঁও প্ৰাথমিক বিদ্যালয়ত আঠুৱা বিতৰভ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে। Rihon Daimari

Udalguri, Udalguri | Jun 22, 2026