Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Kalpanachawla
No video available

মাহমৰা: নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ পাছতে মৰাণহাটত SST-য়ে জব্দ কৰে ৪,৩০,৪০০ টকা

Mahmora, Charaideo | Mar 17, 2024
দেশজুৰি নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছতে চৰাইদেউ জিলাতো তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ ৷ জিলাখনৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়াত আজি ৰাজপথত চলোৱা তালাচী অভিযানত দুজন ব্যক্তিৰ পৰা মুঠ ৪,৩০, ৪০০ টকা জব্দ কৰে SST-য়ে ৷ মৰাণহাট আৰক্ষীৰ সহযোগত ৰাইদঙীয়াত SST-য়ে চলোৱা এই তালাচীৰ সময়ত শিৱসাগৰৰ মানস বৰদলৈ নামৰ ব্যক্তিজনৰ পৰা ১ লাখ আৰু অজয় চাহু নামৰ ব্যক্তিজনৰ পৰা ৩ লাখ ৩০ হাজাৰ ৪ শ টকা জব্দ কৰে দলটোৱে ৷ জব্দ কৰা টকাসমূহ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে

MORE NEWS