Public App Logo
Jansamasya
National
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Cds
Chaitranavratri
Railsafety
Smartrailyatri
Bihar
Indianrailway
Railinfra4jharkhand
Safetyfirst
Amritstation
No video available

সাপেখাতী: বৰহাটৰ বিনোদ কৃষান নামৰ এজন ব্যক্তি বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ

Sapekhati, Charaideo | Mar 17, 2024
বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাৰ উৰাং লাইনৰ বিনোদ কৃষান নামৰ এজন ব্যক্তি দিল্লীত কাম কৰিবলৈ গৈ নিজৰ ৰোমৰ পৰাই নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আজি দেওবাৰে আবেলি চাৰি বজাত পৰিয়ালে বৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইপিনে নিৰুদিষ্ট বিনোদ কৃষানৰ সম্ভেদ পালে সদায়শয় ব্যক্তিক 8876670395 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই পৰিয়ালে।