Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi

বাক্সা: ভোগপুৰত বিপিএফৰ যোগদান সভা অনুষ্ঠিত হয়

Baska, Baksa | Aug 28, 2025
বিটিআৰৰ বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ ভোগপুৰত আজি বিপিএফ দলৰ এখনি যোগদান সভা অনুষ্ঠিত হয়। সভাত বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অৰ্ধশতাধিক লোকে বিপিএফ দলত যোগদান কৰে। আজিৰ এই যোগদান সভাত বিপিএফ নেতা চৌগমচাৰ বড়োকে ধৰি কেবাগৰাকীও দলীয় নেতা কৰ্মীয়ে অংশগ্রহণ কৰে।

MORE NEWS

বাক্সা: ভোগপুৰত বিপিএফৰ যোগদান সভা অনুষ্ঠিত হয় - Baska News