বাক্সা: ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি খুশ্ৰাবাৰীত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা, বিধায়ক ফণীধৰ তালুকদাৰৰ অংশগ্রহণ
Baska, Baksa | Aug 13, 2025 বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত খুশ্ৰাবাৰীত আজি বিজেপিৰ শালবাৰী মণ্ডলৰ উদ্যোগত এক ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। এই উপলক্ষে এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে অংশগ্রহণ কৰে।