ডিব্ৰুগড়ৰ পল্টন বজাৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পিছফালে জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।
প্ৰায় ৯ বিঘা ব্ৰহ্মপুত্ৰৰ পাৰৰ ভূমিত এই উচ্ছেদ অভিযান। বহু বছৰ ধৰি প্ৰায় ৬০ ঘৰ লোকে অবৈধ ভাবে দখল কৰি ঘৰ সাজিছিল এই ঠাইত। শেহতীয়া ভাৱে জিলা প্ৰশাসনে জাননি জাৰি কৰিছিল এই লোক সকলক। আজি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনে অঞ্চলটোত উচ্ছেদ চলায়।