কোকৰাঝাৰ ভাগ: ছালাকাটিত ছালাকাটি হাইস্কুলৰ ১০০ খন বিচনাযুক্ত হোষ্টেলৰ আধাৰশিলা স্থাপন, উপস্থিত বিধায়ক লৰেন্স ইছলাৰী
মংগলবাৰ দিনা দিনৰ ১২.৩০বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত ছালাকাটি হাইস্কুলৰ ধৰতি আভা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আঁচনিৰ জৰিয়তে ১০০বেডৰ হোষ্টেল নিৰ্মাণ কৰাৰ উদ্দেশ্যেৰে ছালাকাটি হাইস্কুলত এখন সভা অনুষ্ঠিত কৰা হয়, উক্ত হোষ্টেলৰ ওনলাইনৰ জৰিয়তে আধাৰশিলা উদ্বোধনকৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ছালাকাটি হাইস্কুলৰ হোষ্টেলৰ ফিতা কাটি আধাৰশিলা স্থাপন কৰে