মাহমৰা: মৰাণহাটত বিজেপি দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
চৰাইদেউ জিলাৰ মৰাণহাট ঊষাপুৰত অৱস্থিত বিজেপিৰ মাহমৰা সমষ্টিৰ মুখ্য কাৰ্যালয়ত ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পালন ৷ কেবিনেট মন্ত্ৰী যোগেন মহনে দলীয় পতাকা উত্তোলন কৰাৰ লগতে দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে ৷ অনুষ্ঠানত বিজেপিৰ মৰাণ মণ্ডল, মাহমৰা মণ্ডল আৰু লাকুৱা চফ্রাই মণ্ডলৰ সভাপতি ক্ৰমে কমল চেতিয়া, হৰেন গগৈ আৰু ত্ৰৈলোক্য গগৈ উপস্থিত থাকে।