বাতৰি পিছতে শ্যামপুৰলৈ বদলি কৰিলে খাৰুপেটীয়া ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ কুমাৰ দাসক
খাৰুপেটীয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি
লাভ জেহাদৰ অভিযুক্তৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপিত হৈছিল খাৰুপেটীয়া ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ কুমাৰ দাসৰ বিৰুদ্ধে
Assam, India | Jun 2, 2026