Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Modi
Delhi
Viral
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews
Karnataka

কোকৰাঝাৰ ভাগ: ৰেল ষ্টেচনত বহিঃৰাজ্যৰ পৰা অবৈধভাৱে ৰেলেৰে গাহৰি পৰিবহণ কৰাক লৈ গাহৰি পালক সংস্থাৰ প্ৰতিবাদ,গাহৰি অনা দবাৰ সংযোগ বিছিন্ন

আইন আৰু চৰকাৰী নীতি-নিৰ্দেশনা অৱমাননা কৰি বহিঃৰাজ্যৰ পৰা অবৈধভাৱে ৰেলেৰে গাহৰি পৰিবহন কৰাৰ প্ৰতিবাদত গাহৰি পালক সংস্থা অসমৰ উদ্যোগত কোকৰাঝাৰ ৰেলষ্টেছনত এক ৰেল অৱৰোধ কাৰ্য্যসূচীৰ আয়োজন কৰাৰ সময়তে দেওবাৰে পূৱা ৭ বজাত সংস্থা অসমৰ পাঁচ গৰাকীকৈ বিষয়-ববীয়াক কোকৰাঝাৰ সদৰ থানাত আটক কৰি ৰাখে ৷ উল্লেখ্য যে অসমত বহিঃৰাজ্যৰ পৰা ৰেলযোগে গাহৰি অনাটো আইন মতে নিষিদ্ব যদিও গোপনে বহিঃৰাজ্যৰ পৰা গাহৰিৰ পৰিবহন অব্যাহত আছে৷