Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: মাজবাটৰ নমাটি খ গাওঁত দিন দুপৰতে চুৰে লুটি নিলে আ-অলংকাৰ আৰু নগদ টকা

Udalguri, Udalguri | Nov 24, 2025
ওদালগুৰি জিলাৰ মাজবাটত দিন দুপৰতে চুৰে লুটি নিলে আ-অলংকাৰ আৰু নগদ টকা। জানিব পৰা মতে আজি দিনৰ ১২ মান বজাত নমাটি "খ" গাঁৱৰ নিবাসী লামাবাৰী চাহ বাগিচাৰ কৰ্মচাৰী জয়ন্ত বৰুৱাৰ ঘৰত গৃহস্ত নথাৰ সুযোগ বুজি চুৰে ঘৰৰ তলা ভাংগি ঘৰত সোমাই আলমিৰা ভাংগি নগদ টকা সহ সকলো সোনৰ আ-অলংকাৰ লৈ উধাও হয়। ১ মান বজাত জয়ন্ত ৰুৱাই ঘটনাৰ খৱৰ পাই মাজবাট আৰক্ষীক খৱৰ‌ দিয়ে। লগে লগে মাজবাট আৰক্ষী থানাৰ এছ আই অকন চন্দ্ৰ শৰ্মা,এছ আই জুবিন কাঠাৰৰ লগত যোৱা আৰক্ষীৰ দলে ঘটনা স্থলীত উপস্থিত হয়।

MORE NEWS

ওদালগুৰি: মাজবাটৰ নমাটি খ গাওঁত দিন দুপৰতে চুৰে লুটি নিলে আ-অলংকাৰ আৰু নগদ টকা - Udalguri News