Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
thecrosscurrent.in
মুখ্যমন্ত্ৰীৰ ফেমেলী কীটৰ নামত চৰম অনিয়ম। কোনে হ্ৰাস কৰিলে চাউল, দাইল, মিঠাতেলৰ পৰিমাণ? চাউল, দাইল তুলাচনীত জুখি বন্যাৰ্তই উজাৰিলে ক্ষোভ। সঁচা হ'ল অখিল গগৈৰ অভিযোগ।
Assam, India
| Aug 3, 2026
MORE NEWS
মৰিগাঁও: জিলাৰ মাজমজিয়াত এমহীয়া বিনামূলীয়া গ্ৰীষ্মকালীন কম্পিউটাৰ প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি
Marigaon, Morigaon | Aug 3, 2026
মৰিগাঁও: জিলা আয়ুক্তৰ কাৰ্যালয়ত নৱনিযুক্ত জিলা আয়ুক্ত সৃষ্টি সিঙৰ দায়িত্ব গ্ৰহণ: জনকল্যাণমুখী প্ৰশাসনৰ ওপৰত গুৰুত্ব আৰোপ
Marigaon, Morigaon | Aug 3, 2026
মৰিগাঁও: জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত
Marigaon, Morigaon | Aug 3, 2026
লাহৰীঘাটত ৬ টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। যোৱা নিশা লাহৰীঘাট আৰু ভূৰাগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ধৃত চাইবাৰ অপৰাধী কেইটা হল বাবুল ইছলাম, আজাহাৰুল ইছলাম, ইনামূল কৰিম, জইদুল ইছলাম, ইজাহাৰুল ইছলাম আৰু হাফিজ উদ্দিন।মৈৰাবাৰী থানাৰ চাইবাৰ অপৰাধৰ গোচৰৰ ভিত্তিত চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰে।
Laharighat, Morigaon | Aug 3, 2026
লাহৰীঘাটৰ টেঙাগুৰি মজলীয়া বিদ্যালয়ত নিশা চুৰি কাণ্ড ।চোৰে এটা বিদ্যুৎ চালিত মটৰ আৰু চিলিং ফেন দুটা চুৰি কৰি লৈ যায়। বিদ্যালয়খনৰ ষ্টোৰ ৰুমৰ টিনপাত উঠাই ভিতৰত সোমাই বিদ্যুৎ চালিত এটা মটৰ চুৰি কৰি লৈ যায়। ইয়াৰ উপৰি দুটা চিলিং ফেন চুৰি কৰি লৈ যায়। লাহৰীঘাটৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আহিছে বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
Laharighat, Morigaon | Aug 3, 2026