Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Cds
Worldwaterday
Railsafety
Chaitranavratri
Smartrailyatri
Indianrailway
Railinfra4jharkhand
No video available

সোণাৰি: সোমবাৰে সোণাৰি আটাছু কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভা । চৰাইদেউ জিলা মহিলা সমিতি গঠন।

Sonari, Charaideo | Mar 25, 2024
সোমবাৰে দিনৰ ১২ বজাত সোণাৰিস্থিত আটাছুৰ কাৰ্যালয়ত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । এই সভাত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ উপৰিও কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিত থাকে । এই সভাতেই আটাছুৰ চৰাইদেউ জিলাৰ মহিলা সমিতি গঠন কৰা হয় ।

MORE NEWS