সোণাৰি: লাকুৱা গৰিয়া পথাৰ গাওঁত লাকুৱা চফ্ৰাই মণ্ডলৰ নৱনির্মিত মণ্ডল কার্যালয় উদ্ধোধন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৷
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ লাকুৱা গৰিয়া পথাৰ গাওঁত লাকুৱা চফ্ৰাই মণ্ডলৰ নৱনির্মিত মণ্ডল কার্যালয় (অটল বিহাৰী বাজপেয়ী ভৱন)শুভ উদ্ধোধন অসম চৰকাৰৰ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ।অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত আজি ভাৰতীয় জনতা পার্টি, লাকুৱা-চফ্রাই মণ্ডলৰ নৱনিৰ্মিত মণ্ডল কার্যালয় (অটল বিহাৰী বাজপেয়ী ভৱন)ৰ আজি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ