সোণাৰি: চৰাইদেউৰ বৰহাটত সদ্য প্ৰয়াত লোকৰ পৰিয়ালৰ লগত মতবিনিময় কৰে সাংসদ তপন কুমাৰ গগৈয়ে
বৰহাট হাবিগাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাণীকান্ত বৰগোহাঁই ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তি ঘটাত আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি তেওঁলোকৰ দুখৰ সমভাগী হয় সাংসদ গৰাকী। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সাংসদ গৰাকীয়ে ।