বাক্সা: আজি গোৰেশ্বৰ বিধানসভা সমষ্টিৰ চুকলাই চেৰফাং মণ্ডলৰ অন্তৰ্গত বড়িগাও চাৰাণপাৰ চুবুৰীৰ নামঘৰ প্ৰাংগনত অনুষ্ঠিত
Baska, Baksa | Nov 1, 2025 গোৰেশ্বৰ বিধানসভা সমষ্টিৰ চুকলাই চেৰফাং মণ্ডলৰ অন্তৰ্গত বড়িগাও চাৰাণপাৰ চুবুৰীৰ নামঘৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সপ্তম বার্ষিক ভাগৱত পাঠ আৰু চনিগাওঁ নামঘৰত আয়োজিত শুক্লা পুঠিমাৰী মধ্য আঞ্চলিক সাৰ্বজনীন ভাগৱত পাঠ সমিতিৰ ৩৩ সংখ্যক ভাগৱত পাঠ অনুষ্ঠানত গুৰুজনাৰ আধ্যাত্মিক জ্ঞান গৰিমাপূৰ্ণ দুয়োখন ভাগৱত পাঠ অনুষ্ঠানত অংশগ্ৰহণ অঃপ্ৰদেশ বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা।