🛑বৰদৈচিলা থিয়েটাৰত মঞ্চস্থ হ'ব লগা গীতৰ অডিঅ'-ভিডিঅ' মুকলি
🛑মুকলি কৰা হ'ল অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত আৰু পৰিচালিত "মৰি যাম তোৰ বাবে" নাটকখনিৰ "একে একে দুই হ'ল" শীৰ্ষক গীতটি
🛑গীতটিৰ কথা অভিজিৎ ভট্টাচাৰ্য আৰু অজয় ফুকনৰ
🛑মহানগৰীৰ ৰাজগড়স্থিত মা ষ্টুডিঅ'ত মুকলি কৰা হয় গীতটিৰ অডিঅ'-ভিডিঅ'
#songrelease
#theatre
#bardoisila
#axombroadcast24
Nalbari, Nalbari | Jun 21, 2026