📌সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰহা সমষ্টিত দেৱাশীষ শৰ্মাৰ তিনিটাকৈ পথৰ আধাৰশিলা স্থাপন 📌প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ২০২৫-২৬ বৰ্ষৰ পুঁজিৰে নিৰ্মাণ হ’ব শালমৰা আৰু কমাৰগাঁও পঞ্চায়তৰ তিনিটা পথ 📌অনুষ্ঠানত উপস্থিত ৰহাৰ বিধায়ক শশীকান্ত দাস, সমষ্টিৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দুয়োগৰাকী জনপ্ৰতিনিধিৰ #NewsUpdate #AssamNews #PrimeNews #PrimeNews24