Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

নলবাৰী: জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰয়ে আজি DI&CC, নলবাৰীত MSME-DFO, গুৱাহাটী দ্বাৰা আয়োজিত কৰ্মশালাত উপস্থিত

Nalbari, Nalbari | Nov 26, 2025
জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে আজি DI&CC, নলবাৰীত MSME-DFO, গুৱাহাটী দ্বাৰা আয়োজিত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা বিষয়ক এখন এদিনীয়া সজাগতা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত স্থানীয় পৰম্পৰাগত শিল্পকাৰসকলক সক্ষম কৰি তোলা, তেওঁলোকৰ দক্ষতা উন্নীত কৰা আৰু ঋণ-পুঞ্জীভূত সুবিধা আৰু উন্নয়নমূলক সুযোগসমূহৰ সৈতে সংযোগ কৰাত এক গুৰুত্বপূর্ণ উদ্যোগ ৰূপে ভূমিকা পালন কৰিছে।উল্লেখযোগ্য য়ে অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

MORE NEWS

🛑গাঁ‌ওবাসীৰ সহযোগ অবিহনে হত্যাকাৰী ৰোজ আলীৰ জানাজা সম্পন্ন কৰিলে পৰিয়ালৰ লোকে
🛑ছখনকৈ গাঁৱৰ ৰাইজে সমূহীয়া জা*না*জা নকৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছতে এজন আত্মীয়ৰ ঘৰত সম্পন্ন কৰা হয় জা*না*জা ।
#nalbari 
#murder 
#Rojalijanaja
#axombroadcast24

🛑গাঁ‌ওবাসীৰ সহযোগ অবিহনে হত্যাকাৰী ৰোজ আলীৰ জানাজা সম্পন্ন কৰিলে পৰিয়ালৰ লোকে 🛑ছখনকৈ গাঁৱৰ ৰাইজে সমূহীয়া জা*না*জা নকৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছতে এজন আত্মীয়ৰ ঘৰত সম্পন্ন কৰা হয় জা*না*জা । #nalbari #murder #Rojalijanaja #axombroadcast24

Nalbari, Nalbari | Jun 3, 2026

🛑'লাভ জেহাদৰ দৰে দুৰাৰোগ্য ব্যাধিক সমাজৰ পৰা নাইকিয়া কৰিব লাগিব'
🛑পশুতকৈয়ো অধম ৰোজ আলীৰ হাতত জীৱন হেৰোৱা মাধুৰ্য বৰ্মনৰ বাসগৃহত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা
🛑জয়ন্তমল্ল বৰুৱাৰ সৈতে উপস্থিত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ন ডেকা
#jayantamallabaruah 
#madhurjyabarman 
#nalbarinews 
#axombroadcast24

🛑'লাভ জেহাদৰ দৰে দুৰাৰোগ্য ব্যাধিক সমাজৰ পৰা নাইকিয়া কৰিব লাগিব' 🛑পশুতকৈয়ো অধম ৰোজ আলীৰ হাতত জীৱন হেৰোৱা মাধুৰ্য বৰ্মনৰ বাসগৃহত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা 🛑জয়ন্তমল্ল বৰুৱাৰ সৈতে উপস্থিত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ন ডেকা #jayantamallabaruah #madhurjyabarman #nalbarinews #axombroadcast24

Nalbari, Nalbari | Jun 3, 2026

🛑কান্দি কান্দি দানৱৰূপী মানৱ ৰোজ আলীৰ নিঠৰ দেহ চালে কণমানি ভগ্নীয়ে 
🛑জনালে চিৰ বিদায়!
#nalbari 
#Murderincident
#Rojali 
#axombroadcast24

🛑কান্দি কান্দি দানৱৰূপী মানৱ ৰোজ আলীৰ নিঠৰ দেহ চালে কণমানি ভগ্নীয়ে 🛑জনালে চিৰ বিদায়! #nalbari #Murderincident #Rojali #axombroadcast24

Nalbari, Nalbari | Jun 3, 2026

নলবাৰী: জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰয়ে আজি DI&CC, নলবাৰীত MSME-DFO, গুৱাহাটী দ্বাৰা আয়োজিত কৰ্মশালাত উপস্থিত - Nalbari News