মাহমৰা: হলমাৰীত জটিল ৰোগত আক্ৰান্ত ব্যক্তিৰ গৃহত উপস্থিত কেবিনেট মন্ত্ৰী যোগেন মহন
হলমাৰি গাঁৱত দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা গাঁৱখনৰ ইন্দ্ৰ তাচাৰ গৃহত উপস্থিত হয় কেবিনেট মন্ত্ৰী যোগেন মহন ৷ এই সময়চোৱাত মন্ত্ৰীগৰাকীৰ লগত চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচা, সাধাৰণ সম্পাদক অজন্ত বৰুৱা, সৰ্বোদয় পঞ্চায়তৰ প্ৰাক্তন সভাপতি চন্দ্ৰ চুতীয়া উপস্থিত থাকে ৷