বিহালী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী মুনিন্দ্ৰ দাস ডাঙৰীয়াৰ পূজনীয় পিতৃ মোহন চন্দ্ৰ দাস ডাঙৰীয়াৰ আকস্মিক বিয়োগত অত্যন্ত ব্যথিত হৈছোঁ৷এই কঠিন সময়ত আমি প্ৰগতিশীল বিহালী পৰিয়ালে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাওঁ,যাতে প্ৰয়াত দাস ডাঙৰীয়াৰ পুণ্য আত্মাৰ বৈকুণ্ঠ প্ৰাপ্তি হয়৷শোকসন্তপ্ত বিধায়ক মুনিন্দ্ৰ দাস ডাঙৰীয়া আৰু তেখেতৰ সমগ্ৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷
ভগৱানে তেওঁলোকক এই অপূৰণীয় ক্ষতি সহিবলৈ ধৈৰ্য্য আৰু শক্তি প্ৰদান কৰক৷
#highlightseveryone Munindra Das Bapti