“উৰণীৰ আঁৰত কইনা নহয়, ওলাল যুৱক!”
গুজৰাটত Instagram-ত চিনাকি হোৱা এগৰাকী যুৱতীৰ সৈতে ১০ মাহ ধৰি প্ৰেমৰ সম্পৰ্কৰ পিছত বিবাহপাশত আবদ্ধ হৈছিল এজন যুৱক।
কিন্তু বিয়াৰ পিছৰে পৰা কইনাই ওচৰলৈ আহিবলৈ এৰাই চলি থকাৰ অভিযোগ উঠাত পৰিয়ালে আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীয়ে উৰণী উঠোৱাৰ পিছত পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য—উৰণীৰ আঁৰত যুৱতী নহয়, এজন যুৱক!
Assam, India | Sep 13, 2026