Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
मौत
Congress
Modi
Delhi
Viral
Rajasthan
मध्यप्रदेश
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
Crimenews
Karnataka
Aap

শিৱসাগৰ: শিৱসাগৰত শিখ ধৰ্মৰ প্ৰথম গুৰু নানক জীৰ জয়ন্তী উদযাপন

Sibsagar, Sivasagar | Nov 5, 2025

MORE NEWS

শিৱসাগৰ চহৰৰ আদিত্য হাস্পতালৰ সমীপৰ এটা বহু মহলীয়া আৱাসিক ফ্লেট ভয়াবহ সংকটত পৰিছে। বহিঃদেৱালত ডাঙৰ ডাঙৰ ফাট আৰু প্লাষ্টাৰ খহি পৰা দৃশ্য পোহৰলৈ অহাৰ পিছতে অট্টালিকাটোৰ ভৱিষ্যত সম্পৰ্কে উদ্বেগৰ সৃষ্টি হৈছে। অট্টালিকাটোৰ বাহিৰৰ অংশত কেইবাঠাইত ফাট দেখা যোৱাৰ লগতে কিছুমান স্থানত প্লাষ্টাৰ খহি পৰা দেখা গৈছে।

 বৰ্তমান অট্টালিকাটোত  কেইবাটাও পৰিয়াল বসবাস কৰি আছে। এনে পৰিস্থিতিত আৱাসীসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ অসম ভূমিকম্পপ্ৰৱণ অঞ্চল হোৱাৰ বাবে এনে ফাট এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে।

অট্টালিকাটোৰ ফাটসমূহ চিমেণ্টৰ জৰিয়তে ঢকাৰ প্ৰয়াস কৰা হৈছে যদিও অট্টালিকাটো এতিয়া অঞ্চলটোৰ বাবে এক আতংকৰ কাৰণ হৈ পৰিছে। অৱশ্যে এই ফাটসমূহ কেৱল বাহ্যিক প্লাষ্টাৰৰ নে মূল গাঁথনিৰ সৈতে জড়িত, সেই বিষয়ে এতিয়াও কোনো চৰকাৰী বা কাৰিকৰী প্ৰতিবেদন পোহৰলৈ অহা নাই।শিৱসাগৰ পৌৰ সভা আৰু নগৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ কাৰ্যালয়ৰ নিচেই সমীপতে থকা এই অট্টালিকা প্ৰকৃততে বাসপোযোগী হয় নে নহয় তাক লৈ এক প্ৰশ্ন চিন্হৰ উদ্ৰেক কৰিছে।

স্থানীয় সচেতন মহলে জিলা প্ৰশাসন, শিৱসাগৰ পৌৰসভা আৰু সংশ্লিষ্ট বিভাগক অতি সোনকালে অট্টালিকাটোৰ গাঁথনিগত নিৰাপত্তা পৰীক্ষা (Structural Safety Audit) কৰাই প্ৰকৃত অৱস্থা নিৰূপণ কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা কিয় কৰা নাই সেই লৈ গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে।

#news #oursivsagar #sivasagar #followersreelsfypシ゚viralシfypシ゚viralシalシ

শিৱসাগৰ চহৰৰ আদিত্য হাস্পতালৰ সমীপৰ এটা বহু মহলীয়া আৱাসিক ফ্লেট ভয়াবহ সংকটত পৰিছে। বহিঃদেৱালত ডাঙৰ ডাঙৰ ফাট আৰু প্লাষ্টাৰ খহি পৰা দৃশ্য পোহৰলৈ অহাৰ পিছতে অট্টালিকাটোৰ ভৱিষ্যত সম্পৰ্কে উদ্বেগৰ সৃষ্টি হৈছে। অট্টালিকাটোৰ বাহিৰৰ অংশত কেইবাঠাইত ফাট দেখা যোৱাৰ লগতে কিছুমান স্থানত প্লাষ্টাৰ খহি পৰা দেখা গৈছে। বৰ্তমান অট্টালিকাটোত কেইবাটাও পৰিয়াল বসবাস কৰি আছে। এনে পৰিস্থিতিত আৱাসীসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ অসম ভূমিকম্পপ্ৰৱণ অঞ্চল হোৱাৰ বাবে এনে ফাট এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। অট্টালিকাটোৰ ফাটসমূহ চিমেণ্টৰ জৰিয়তে ঢকাৰ প্ৰয়াস কৰা হৈছে যদিও অট্টালিকাটো এতিয়া অঞ্চলটোৰ বাবে এক আতংকৰ কাৰণ হৈ পৰিছে। অৱশ্যে এই ফাটসমূহ কেৱল বাহ্যিক প্লাষ্টাৰৰ নে মূল গাঁথনিৰ সৈতে জড়িত, সেই বিষয়ে এতিয়াও কোনো চৰকাৰী বা কাৰিকৰী প্ৰতিবেদন পোহৰলৈ অহা নাই।শিৱসাগৰ পৌৰ সভা আৰু নগৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ কাৰ্যালয়ৰ নিচেই সমীপতে থকা এই অট্টালিকা প্ৰকৃততে বাসপোযোগী হয় নে নহয় তাক লৈ এক প্ৰশ্ন চিন্হৰ উদ্ৰেক কৰিছে। স্থানীয় সচেতন মহলে জিলা প্ৰশাসন, শিৱসাগৰ পৌৰসভা আৰু সংশ্লিষ্ট বিভাগক অতি সোনকালে অট্টালিকাটোৰ গাঁথনিগত নিৰাপত্তা পৰীক্ষা (Structural Safety Audit) কৰাই প্ৰকৃত অৱস্থা নিৰূপণ কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা কিয় কৰা নাই সেই লৈ গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে। #news #oursivsagar #sivasagar #followersreelsfypシ゚viralシfypシ゚viralシalシ

Sibsagar, Sivasagar | Jul 16, 2026

Sibsagar, Sivasagar | Jul 16, 2026

টাই আহোম যুৱ পৰিষদ ; অসমৰ ৩১ সংখ‍্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস  শিৱসাগৰ যুৱদলৰ পৰা লাইভ

টাই আহোম যুৱ পৰিষদ ; অসমৰ ৩১ সংখ‍্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস শিৱসাগৰ যুৱদলৰ পৰা লাইভ

Sibsagar, Sivasagar | Jul 16, 2026