◾ ওদালগুৰিত ২২ অক্টোবৰৰ পৰা তিনিদিনীয়া যুৱ মহোৎসৱ
◾ মন্ত্ৰী চৰণ বড়োৰ সংবাদমেলত যুৱ মহোৎসৱৰ বিস্তৃত কাৰ্যসূচী ঘোষণা
◾ যুৱপ্ৰজন্মৰ দক্ষতা বিকাশ, স্বাৱলম্বিতা আৰু নিয়োগৰ সুযোগ সৃষ্টিত গুৰুত্ব
◾ ওদালগুৰিৰ পাঁচটা স্থানত অনুষ্ঠিত হ’ব মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী
◾ যুৱ মহোৎসৱত নিয়োগ মেলা আৰু কেৰিয়াৰ গাইডেন্সৰ ব্যৱস্থা
◾ ‘ওদালগুৰি ডান্সিং ষ্টাৰ’ আৰু ‘ওদালগুৰি ছিংগিং ষ্টাৰ’ প্ৰতিযোগিতা
◾ ৰক কনচাৰ্ট, ফেশ্বন শ্ব’ আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন
◾ ফুটবল, ভলীবল, কাবাডীকে ধৰি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা
◾ যুৱ মহোৎসৱৰ বাবে বিটিচি প্ৰশাসনৰ ৩০ লাখ টকা আবণ্টন
◾ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী
Charan Boro
Fresh Muchahari